দিল্লীৰ তিছ হাজাৰী ক’ৰ্টত হাজিৰ দুলাল বৰাক...

dulal

 

ট্ৰেনজিৎ ৰিমাণ্ডত বিচাৰিছে অসম আৰক্ষীয়ে

আজিয়েই গুৱাহাটীলৈ আনিব কুখ্যাত দুলালক

দিল্লী আৰক্ষীয়ে পুৱা গ্ৰেপ্তাৰ কৰিছিল দুলাল বৰাক

অসম আৰক্ষীৰ তথ্যৰ ভিত্তিত কৰিছিল গ্ৰেপ্তাৰ

এখন চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ দুলাল বৰাক

দেৱজিৎ হাজৰিকাৰ আত্মহননৰ ঘটনাৰে সাঙোৰ খাইছিল নাম

দেৱজিৎ হাজৰিকা আছিল সোণাৰিৰ এজন বিজেপি নেতা

চুইচাইড নোটত উল্লেখ কৰিছিল দুলাল বৰাৰ নাম

চুইচাইড নোটত আছিল ৰঞ্জিত বুঢ়াগোহাঁই, পৰিস্মীতা ফুকনৰ নাম

ৰঞ্জিত-পৰিস্মীতাক ইতিমধ্যে গ্ৰেপ্তাৰ সোণাৰি আৰক্ষীৰ

পলাতক আন এজন অভিযুক্ত সাংবাদিক ৰফিক আহমেদ

 

Category

Related Articles