ধিঙত স্প্ৰে চোৰ গেঙৰ সন্ত্ৰাস, লুটি নিলে সোণৰ অলংকাৰসহ বহু সামগ্ৰী....

dhing police

ধিঙত পুনৰ স্প্ৰে চোৰ গেঙৰ সন্ত্ৰাস
ধিং আৰক্ষীক চেলেঞ্জ কৰি চোৰৰ লুটপাত
গৃহস্থক স্প্ৰে মাৰি চোৰৰ দলৰ লুটপাট
আউনিআটী গাঁৱৰ লক্ষী বৰাৰ বাসগৃহত চুৰি
চোৰে লুটি নিলে সোণৰ অলংকাৰসহ বহু সামগ্ৰী
অচেতন অৱস্থাত উদ্ধাৰ লক্ষী বৰা আৰু পত্নী বিনা বৰাক
অসুস্থ দুয়োকে ধিং চিকিৎসালয়ত ভৰ্তি
চোৰ ধৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ ৰাইজৰ

Category