৩০ ঘণ্টা উকলি যোৱাৰ পিছতো কোনো ধৰণৰ সন্ধান নাই প্ৰবীণ সংগীত শিল্পী ৰমেন বৰুৱাৰ...

ramen

সোমবাৰে পুৱা প্ৰায় ১০ বজাত ঘৰৰ পৰা ওলাই আহিছিল শিল্পীগৰাকী তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে অসমবাসীৰ মৰমৰ ৰমেন বৰুৱা উজান বজাৰ তথা মহানগৰীৰ বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ ভৰা লুইতৰ বুকুতো NDRF আৰু SDRFএ চলাইছে অভিযান ইফালে এই ঘটনাত উদ্বিগ্ন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিযান অধিক তীব্ৰ কৰাৰ বাবে নিৰ্দেশ দিছে মহানগৰ আৰক্ষীক

Category