অৰবিন্দ কেজৰিৱালক পুনৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা...

kejriwal

EDৰ পিছত CBIএ গ্ৰেপ্তাৰ কৰিব পাৰে কেজিৰৱালক

তিহাৰ কাৰাগাৰত নিশা কেজৰিৱালক CBIৰ জেৰা

উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানিৰ পূৰ্বে জেৰা

আজি CBIৰ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল কেজৰিৱালৰ জামিন

২০ জুনত ৰাউজ এভিনিউ আদালতে দিছিল জামিন

জামিনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ED

Category