যোগীঘোপা আৰক্ষীৰ সফলতা, ৫ মাহ পূৰ্বে নিৰুদ্দেশ হোৱা তিনি কিশোৰীক উদ্ধাৰ.....

যোগীঘোপা

যোগীঘোপা আৰক্ষীৰ সফলতা
হাৰিয়ানাৰ নাৰীদেহ ঘাটিৰ পৰা কিশোৰী উদ্ধাৰ
৫ মাহ পূৰ্বে নিৰুদ্দেশ হৈছিল যোগীঘোপাৰ এগৰাকী কিশোৰী
কিশোৰীগৰাকীক উদ্ধাৰ কৰি লৈ অনা হয় যোগীঘোপা থানালৈ
দুজন লোকে কিশোৰীগৰাকীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ
জহিৰুদ্দিন পোদ্দাৰ, আব্দুল ৰহিমে বিক্ৰী কৰিছিল বহিঃৰাজ্যত
বিভিন্ন প্ৰলোভন দি পলুৱাই নি বিক্ৰী কৰিছিল হাৰিয়ানাত

Category