আজি মাতৃ দিৱস...

assam

আজি মাতৃ দিৱস
বিশ্বজুৰি পালন মাতৃ দিৱস
প্ৰান্তে প্ৰান্তে আয়োজন বৰ্ণাঢ্য কাৰ্যসূচী
মাতৃ দিৱস উপলক্ষে মহিলাৰ অভিনৱ পদক্ষেপ
আত্মনিৰ্ভৰশীলতাৰ নৱ ইতিহাস সৃষ্টি
 

 বিশ্বজুৰি আজিৰ দিনটো মাতৃ দিৱস হিচাপে পালন কৰি অহা হৈছে। এগৰাকী মাতৃৰ বাবে আজিৰ দিনটো অতিকে মহত্বপূৰ্ণ যদিও একাংশ মাতৃৰ বাবে এই দিনটোৰ অৰ্থই স্পৰ্শ নকৰা এক গতানুগতিক দিন। বিশেষকৈ বিভিন্ন কাৰণৰ বাবে বৃদ্ধাশ্ৰমত থাকিবলগীয়া মাতৃসকলৰ বাবে আজিৰ দিনটোও বছৰৰ আন দিনৰ দৰেই গতানুগতিক এটা দিনহে। সকলো থাকিও এই দিনটোতও এই সকল মাতৃ সন্তানৰ সঙ্গ সুখৰ পৰা বঞ্চিত। গোটেই জীৱন নিজৰ মাতৃত্বৰ দ্বায়িত্ব পালন কৰি অহা এওঁলোকৰ দৰে মাতৃয়ে নিজ সন্তান-পৰিয়ালৰ  মৰম-চেনেহৰ পৰা আতৰত জীৱন কটাবলগীয়া হৈছে।

Category