গোলকগঞ্জৰ তামাৰহাটত বিজেপিৰ যোগদান কাৰ্যসূচী, BPF এৰি বিজেপিলৈ প্ৰায় পাঁচ শতাধিক……

golakganj

গোলকগঞ্জৰ তামাৰহাটত বিজেপিৰ যোগদান কাৰ্যসূচী
BPF এৰি বিজেপিলৈ প্ৰায় পাঁচ শতাধিক
বিজেপিৰ প্ৰতি আকৃষ্ট হৈ পিন্ধিলে গেৰুৱাবসন
তামাৰহাটৰ হাতীধুৰাত যোগদান অনুষ্ঠান
যোগদান কাৰ্যসূচীত প্ৰাক্তন বিধায়ক অশ্বিনী কুমাৰ ৰায়

২ নম্বৰ ধুবুৰী লোক সভা সমষ্টিৰ হাতীধুৰাত অনুষ্ঠিত বিজেপি দলৰ কৰ্মী সভাত প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰি ধুবুৰী জিলাৰ অন্যান্য নেতা কৰ্মী উপস্থিত থাকে। উক্ত যোগদান কাৰ্যসূচীত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক ককথনা কৰে।

Category