মহানগৰীত পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি দুৰ্বৃত্তৰ! পেটত পিষ্টল থৈ পাৰভীজ আলীক হত্যাৰ ভাবুকি……

Guwahati

মহানগৰীৰ চানমাৰিত নিশা চাঞ্চল্যকৰ ঘটনা
পিষ্টল দেখুৱাই এজনক প্ৰাণে মৰাৰ ভাবুকি দুৰ্বৃত্তৰ
পেটত পিষ্টল থৈ পাৰভীজ আলীক হত্যাৰ ভাবুকি
কৃষাণু শৰ্মা নামৰ এজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
ব্লেকমেইলিঙেৰে পাৰভীছ আলীক ধন দাবীৰো অভিযোগ
গুৱাহাটী কমাৰ্চ পইণ্টত সংঘটিত এই ঘটনা

Category
Profile picture for user UB Photos