ক্ষন্তেক পিছতে বৰঝাৰত অবতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান! মহানগৰীৰ ৰাজপথত বিশাল ৰোড শ্ব’ৰ প্ৰস্তুতি......

modi

অসমৰ নিৰ্বাচনী ৰণাংগনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ক্ষন্তেক পিছতে বৰঝাৰত অবতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান
মহানগৰীৰ ৰাজপথত বিশাল ৰোড শ্ব’ৰ প্ৰস্তুতি
হাজাৰ হাজাৰ বিজেপি কাৰ্যকৰ্তাই আদৰিব প্ৰধানমন্ত্ৰীক
জি এছ ৰোডেৰে কইনাধৰালৈ যাব প্ৰধানমন্ত্ৰী মোদী
নিশা কটাব কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত
কাইলৈ নলবাৰীত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা
বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ
মহানগৰীৰ জি এছ ৰোডত নিৰাপত্তাৰ অভেদ্য বেহু
হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন মহানগৰীত
জি এছ ৰোডৰ কেওফালে আৰক্ষীৰ বেৰিকেড

Category
Profile picture for user UB Photos