আজি চাৰিটা সমষ্টিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে! লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ, যোৰহাটত মুখ্যমন্ত্ৰী.......

Himanta Biswa Sarma

ৰাজ্যত অব্যাহত মুখ্যমন্ত্ৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ
আজি চাৰিটা সমষ্টিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে
লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ, যোৰহাটত মুখ্যমন্ত্ৰী
বিশ্বনাথত ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে
সাধাৰু খেলপথাৰত মুখ্যমন্ত্ৰীৰ বিশাল জনসভা
লখিমপুৰত প্ৰদান বৰুৱাৰ হৈ চলাব প্ৰচাৰ
ডিব্ৰুগড়তো মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান
বিয়লি যোৰহাটত তপন গগৈৰ হৈ প্ৰচাৰ চলাব  CMএ

Category