শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনলৈ মাজত এটা দিন বাকী! ইতিমধ্যেই সম্পূৰ্ণ সকলো প্ৰস্তুতি......

rangia

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনলৈ মাজত এটা দিন বাকী। অধিৱেশনৰ বাবে প্ৰায় সাজু কৰি তোলা হৈছে অধিৱেশনস্থলী। 

নিৰ্মাণ সম্পূৰ্ণ হৈছে অধিৱেশনৰ মূল তোৰণ, মণ্ডপ আৰু ধৰ্মধ্বজা বেদী। মঙলবাৰে সন্ধিয়া অধিৱেশনস্থলীত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক দিগন্ত কলিতাই। 

উদযাপন সমিতিৰ সৈতে এক আলোচনাতো মিলিত হয় তিনিও।

Category
Profile picture for user UB Photos