দালালৰ পাকচক্ৰত মাটি হেৰুওৱা সকললৈ সুখবৰ! ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ মাটিৰ দালালৰ বিৰুদ্ধে.......

Himanta Biswa Sarma

দালালৰ পাকচক্ৰত মাটি হেৰুওৱা সকললৈ সুখবৰ

ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ মাটিৰ দালালৰ বিৰুদ্ধে

এইপৰ্যন্ত ১০০০ গোচৰ ৰুজু দালালৰ বিৰুদ্ধে

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত তৎপৰ প্ৰশাসন

১৫ বছৰ পূৰ্বে হেৰুওৱা মাটিও ওভতাই পাব গৰাকীয়ে

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ সূত্ৰই সদৰী কৰা মতে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বাবেই মাটিৰ দালালিৰে জড়িত এহেজাৰৰো অধিক গোচৰ পঞ্জীয়ন হৈছে এইপৰ্যন্ত। 

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজে কামৰূপ মহানগৰ আয়ুক্তৰ কাৰ্যালয়লৈ গৈ ভূমি সংক্ৰান্তীয় ফাইল পৰীক্ষা কৰে। মুখ্যমন্ত্ৰীজনৰ এনে কঠোৰ স্থিতিয়ে বহু নিৰীহ মাটিৰ মালিকৰ মনলৈ আশাৰ সঞ্চাৰ কৰিছে।

Category