শীঘ্ৰেই নাটনি হ’ব ৰন্ধন গেছৰ, চাৰিদিনে বন্ধ বটলিং প্লাণ্টৰ পৰিবহণ সেৱা...........

cylinder

শীঘ্ৰেই নাটনি হ’ব ৰন্ধন গেছৰ

চাৰিদিনে বন্ধ বটলিং প্লাণ্টৰ পৰিবহণ সেৱা

থলুৱাক বঞ্চনাৰ অভিযোগত আন্দোলন পৰিবহণ সংস্থাৰ

উত্তৰ-পূব পেট্ৰ’ LPG ট্ৰেন্সপৰ্টাৰ এছ’চিয়েছনৰ ধৰ্মঘট

বন্ধ হৈ আছে উত্তৰ-পূৰ্বৰ ৭টা বটলিং প্লাণ্টৰ পৰিবহণ সেৱা

বন্ধ হৈ আছে উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জা, গোপানাৰী তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, আৰু দুলীয়াজান বটলিং প্লান্টৰ সম্পূৰ্ন পৰিবহন সেৱা। এল পি জি চিলিণ্ডাৰ পৰিবাহী ট্ৰাকৰ চলাচল বন্ধ হৈ থকাৰ ফলত এতিয়া ৰন্ধন গেছৰ নাটনিয়ে দেখা দিব ৰাজ্যত।

Category
Profile picture for user UB Photos