জনসাধাৰণৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ উঠিছে বিভিন্ন দল–সংগঠন

Digholipukhuri Protest by different Political Parties

জনসাধাৰণৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ উঠিছে বিভিন্ন দলসংগঠন বৃহস্পতিবাৰে বিৰোধী ঐক্যমঞ্চই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত দীঘলীপুখুৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বই জনসাধাৰণৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰ শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী জনাই বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই(এম), আপকে ধৰি বহুকেইটা দলে যোগদান কৰে। 

 

 

 

Category
Profile picture for user UB Photos