ভাৰত-পাক সীমান্তত প্ৰচণ্ড গুলীয়াগুলী......

bharat

ভাৰত-পাক সীমান্তত প্ৰচণ্ড গুলীয়াগুলী
নিশা ৮ বজাৰ পৰা অপ্ৰৰোচিত গুলীচালনা পাকিস্তানী ৰেঞ্জাৰৰ
RS PURA ছেক্টৰত ভয়ংকৰ পৰিস্থিতি
উচিত প্ৰত্যুত্তৰ দিলে ভাৰতীয় সীমান্তৰক্ষী বাহিনীয়ে
দুটা পাকিস্তানী নিৰীক্ষণ টাৱাৰ ধ্বংস BSFৰ গোলা বৰ্ষণত
পাকিস্তানৰ দিশত বিস্তৰ ক্ষতিসাধনৰ তথ্য
এজন BSF জোৱান, ৪জন সাধাৰণ নাগৰিক আহত
RS PURA ছেক্টৰৰ আৰ্নিয়াৰ BSF চকীত আক্ৰমণ পাকিস্তানৰ
BSFৰ বিক্ৰম পোষ্টত প্ৰথম আক্ৰমণ পাকিস্তানী ৰেঞ্জাৰৰ
প্ৰায় ৪-৫ বছৰৰ বিৰতিৰ মূৰত পুনৰ পাকিস্তানৰ স্বৰূপ প্ৰদৰ্শন

আৰ্নিয়াৰ BSF চকীত পাকিস্তানৰ অপ্ৰৰোচিত আক্ৰমণৰ  পিছতে প্ৰত্যুত্তৰ দিয়ে BSFৰ জোৱানে। সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। বিগত চাৰি–পাঁচ বছৰৰ শান্ত অৱস্থাৰ পিছত কালি নিশা পুনৰ অঞ্চলটোত বিৰাজ কৰিছে ত্ৰাসৰ। ইতিমধ্যে দাঁতিকাষৰীয়া অঞ্চলৰ সাধাৰণ নাগৰিকক সেই স্থানৰ পৰা আঁতৰোৱা হৈছে। চাইখাৰ্দ, বুৰেজেল, চাকবুল্লা, দেৱীগড় আদি গাঁওসমূহ খালী কৰা হৈছে। পাকিস্তানী সেনাৰ মৰ্টাৰ, মেচিনগানেৰে আক্ৰমণ আৰম্ভ। 
 

Category
Profile picture for user UB Photos