Ramdev

পতঞ্জলিৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰ
যোগগুৰু ৰামদেৱক ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ
যোগগুৰুৰ দায়িত্বহীন বিজ্ঞাপনত ক্ষুব্ধ ন্যায়ালয়
ন্যায়ালয়ৰ মজিয়াত ভুল কৰা বুলি স্বীকাৰ ৰামদেৱৰ
ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি ৰামদেৱৰ
ক্ষমা খোজাৰ পাছতো ৰেহাই নাপালে ৰামদেৱে
অহা ২৩ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য
পুনৰ ন্যায়ালয়ত হাজিৰ হ’ব লাগিব ৰামদেৱ, বালাকৃষ্ণণ