G20

পত্নীৰ সৈতে মন্দিৰত পূজা কৰা দেখা গ'ল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক। জি–২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিও ভাৰতীয় বংশোদ্ভূত এইগৰাকী ৰাজনীতিকে জনাইছিল, এবাৰ মন্দিৰলৈ যোৱাৰ ইচ্ছা। সেইমতেই জি–২০ সন্মিলনৰ মাজতে পত্নী অক্ষতা মূৰ্তিক লৈ দিল্লীৰ অক্ষৰ ধাম মন্দিৰত পূজা দিবলৈ গ’ল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে। তেওঁ প্ৰায়ে কয় যে তেওঁ এজন গৌৰৱী হিন্দু।

Rishi sunak