মেঘালয়া সচিবালয়ৰ সন্মুখত হিংসাত্মক প্ৰতিবাদ
হানিউট্ৰিপ সংগঠনৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি
আৰক্ষীক লক্ষ্য কৰি শিলগুটি, পেট্ৰ’ল বোমা নিক্ষেপ

প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ
আৰক্ষীয়ে আটক কৰিছে বহুকেইজন উগ্ৰ প্ৰতিবাদকাৰীক
আৰক্ষী থানালৈ মাতি পঠিয়াইছিল সংগঠনটোৰ নেতৃত্বক