মেঘালয়ত উত্তপ্ত পৰিস্থিতি! আৰক্ষীক লক্ষ্য কৰি শিলগুটি, পেট্ৰ’ল বোমা নিক্ষেপ প্ৰতিবাদকাৰীৰ.......

Protest

মেঘালয়া সচিবালয়ৰ সন্মুখত হিংসাত্মক প্ৰতিবাদ

হানিউট্ৰিপ সংগঠনৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি

আৰক্ষীক লক্ষ্য কৰি শিলগুটি, পেট্ৰ’ল বোমা নিক্ষেপ

protest

প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ

আৰক্ষীয়ে আটক কৰিছে বহুকেইজন উগ্ৰ প্ৰতিবাদকাৰীক

আৰক্ষী থানালৈ মাতি পঠিয়াইছিল সংগঠনটোৰ নেতৃত্বক

থানাৰ পৰা ওলায়েই প্ৰতিবাদৰ পৰিকল্পনা সংগঠনটোৰ

protest

ভাৰতীয় দণ্ডবিধি আইনৰ অপব্যৱহাৰৰ অভিযোগ সংগঠনটোৰ

প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰোঁতে সৃষ্টি হয় সংঘৰ্ষৰ

Category
Profile picture for user UB Photos