Dhemaji Bomb Blast

২০০৪ চনত ধেমাজিত বোমা বিস্ফোৰণ

গোচৰৰ শুনানি সম্পন্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

শুনানি সম্পূৰ্ণ যদিও ৰায়দান স্থগিত ৰাখে ন্যায়ালয়ে

২০০৪ৰ ১৫ আগষ্টত সংঘটিত হৈছিল জঘন্য হত্যাকাণ্ড

স্বাধীনতা দিৱসৰ অনুষ্ঠানত বোমা বিস্ফোৰণ ঘটাইছিল আলফাই

বিস্ফোৰণত মৃত্যু হৈছিল ১৮টি কণ কণ শিশুৰ

গুৰুতৰভাৱে আহত হৈছিল শিশুসহ অৰ্ধশতাধিক

২০১৯ৰ ৪ জুলাইত ৬ জন লোকক দোষী সাব্যস্ত আদালতৰ

দোষী সাব্যস্ত কৰিছিল ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে

দিপাঞ্জলী বুঢ়াগোঁহাই, মুহী সন্দিকৈক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ