২০০৪ চনৰ ধেমাজি বোমা বিস্ফোৰণৰ গোচৰৰ শুনানি সম্পন্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

1

২০০৪ চনত ধেমাজিত বোমা বিস্ফোৰণ

গোচৰৰ শুনানি সম্পন্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

শুনানি সম্পূৰ্ণ যদিও ৰায়দান স্থগিত ৰাখে ন্যায়ালয়ে

২০০৪ৰ ১৫ আগষ্টত সংঘটিত হৈছিল জঘন্য হত্যাকাণ্ড

স্বাধীনতা দিৱসৰ অনুষ্ঠানত বোমা বিস্ফোৰণ ঘটাইছিল আলফাই

বিস্ফোৰণত মৃত্যু হৈছিল ১৮টি কণ কণ শিশুৰ

গুৰুতৰভাৱে আহত হৈছিল শিশুসহ অৰ্ধশতাধিক

২০১৯ৰ ৪ জুলাইত ৬ জন লোকক দোষী সাব্যস্ত আদালতৰ

দোষী সাব্যস্ত কৰিছিল ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে

দিপাঞ্জলী বুঢ়াগোঁহাই, মুহী সন্দিকৈক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ

যতীন দুৱৰী আৰু লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ 

Category
Profile picture for user UB Photos