Inauguration New Technology

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন সংযোজন। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত ৬ টা নতুন প্ৰকল্পৰ শুভ উদ্বোধন। GMCH ৰ প্ৰেক্ষাগৃহত প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। প্ৰকল্প কেইটা হৈছে ১০ খন বিছনাযুক্ত ICU প্ৰকল্প, GMCH ত National Emergency Life Support Skill Centre, Multi Disciplinary Research Unit, 32 slice CT scane Machine,Oncology Lab আৰু Asset management portal.