অসমৰ চিকিৎসা জগতৰ বাবে ভাল খবৰ!চিকিৎসা ক্ষেত্ৰত উদ্বোধন ৬টাকৈ নতুন প্ৰকল্পৰ।

Himanta Biswa

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন সংযোজন। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত ৬ টা নতুন প্ৰকল্পৰ শুভ উদ্বোধন। GMCH ৰ প্ৰেক্ষাগৃহত প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। প্ৰকল্প কেইটা হৈছে ১০ খন বিছনাযুক্ত ICU প্ৰকল্প, GMCH ত National Emergency Life Support Skill Centre, Multi Disciplinary Research Unit, 32 slice CT scane Machine,Oncology Lab আৰু Asset management portal. এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ ২৩ খন চৰকাৰী চিকিৎসালয়ত উপলব্ধ হ'ব মুঠ ৩৬৫ খন ICU বিছনা। লগতে গুৱাহাটী, শিলচৰ, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত হব টেলি ICU বিছনাৰ ব্যৱস্থা।

Category
Profile picture for user UB Photos