DNLA

আজি DNLAৰ ৪০গৰাকী কেডাৰৰ আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ। মূলসুঁতিলৈ ঘূৰি অহা এই ৪০গৰাকী কেডাৰক আদৰণি জনাবৰ বাবে আয়োজন কৰা হৈছিল এক বিশেষ অনুষ্ঠানৰ।

DNLA

ADGP হীৰেন নাথৰ লগতে অন্য শীৰ্ষ বিষয়াৰ উপস্থিতিত ডিমা হাচাওঁৰ খেপ্ৰে গাঁৱত ডিমাচা নেচনেল লিবাৰেচন আৰ্মী চমুকৈ DNLAৰ ৪০গৰাকী কেডাৰে আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে। লগতে অস্ত্ৰ সম্বৰণো কৰে।