Direct Recruitment

আকৌ এবাৰ হ'ল অমিত শ্বাহৰ সময়সূচী। ২৬ মে'ত নহয় ২৫ মে'তহে অসমলৈ আহিব অমিত শ্বাহ। ২৭ মে'ত হ'বলগীয়া নিতি আয়োগৰ অনুষ্ঠানৰ বাবে এই সাল-সলনি। ২৫ মে'তে প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। ২৪ মে'ত সন্ধিয়া অসম পাবহি গৃহমন্ত্ৰী অমিত শ্বাহ।