পুনৰ সলনি হ'ল নিযুক্তি পত্ৰ প্ৰদানৰ দিন।

3RD Grade

আকৌ এবাৰ হ'ল অমিত শ্বাহৰ সময়সূচী। ২৬ মে'ত নহয় ২৫ মে'তহে অসমলৈ আহিব অমিত শ্বাহ। ২৭ মে'ত হ'বলগীয়া নিতি আয়োগৰ অনুষ্ঠানৰ বাবে এই সাল-সলনি। ২৫ মে'তে প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। ২৪ মে'ত সন্ধিয়া অসম পাবহি গৃহমন্ত্ৰী অমিত শ্বাহ। 

Category
Profile picture for user UB Photos