বৃহৎ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰৰ আৰু এখোজ

Direct Recruitment

প্ৰকাশ কৰা হ'ল বহু প্ৰতিক্ষীত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল। পৰীক্ষাত উত্তীৰ্ণ হ'ল মুঠ ২৭ হাজাৰ। ১৩ হাজাৰ পদৰ বিপৰীতে অৱতীৰ্ণ হৈছিল ৪ লক্ষাধিক প্ৰাৰ্থী। কটকটীয়া নিৰাপত্তা-ইন্টাৰনেট কৰ্তনেৰে হৈছিল নিকা-স্বচ্ছ নিযুক্তিৰ পদক্ষেপ। লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত  এতিয়া ২৫ নম্বৰৰ দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ২৭ হাজাৰ প্ৰাৰ্থী। দক্ষতা পৰীক্ষাত লাভ কৰা নাম্বাৰ আৰু লিখিত পৰীক্ষাত লাভ কৰা নাম্বাৰৰ ভিত্তিতে পৰৱৰ্তী সময়ত চূড়ান্ত বাছনি কৰা হ'ব।

Category
Profile picture for user UB Photos