Teacher Beating Student

লঘু দোষত গুৰুদণ্ড ছাত্ৰক, অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ভূক্তভোগী ছাত্ৰৰ পৰিয়ালৰ 'চেকণিৰ আগত বিদ্যা' এসময়ত  ৰাজ্যৰ শিক্ষা ব্যৱস্থাত এয়া চিৰাচৰিত ধাৰণা আছিল যদিও এই ধাৰণা কেতিয়াবাই অতীত হ'ল।

চেকণিৰ আগেৰে বিদ্যা প্ৰদান কৰিবলৈ যোৱাটো এতিয়া দণ্ডযোগ্য অপৰাধ। তথাপিও একাংশ শিক্ষকে এতিয়াও পাহৰিব পৰা নাই পূৰ্বৰ ধাৰণাক।