◾ বাইক, কেব, টেক্সিৰ বিৰুদ্ধে কঠোৰ মহানগৰ প্ৰশাসন
◾ এতিয়াৰে পৰা চালকে ল’ব নোৱাৰিব অতিৰিক্ত ভাৰা
◾ ৰেপিড’ চালকে পৰিধান কৰিব লাগিব ইউনিৰ্ফম
◾ যাত্ৰীয়ে দেখাকৈ ৰাখিব লাগিব ভাৰাৰ তালিকা
◾ কেব চালকে কোনোপধ্যে cancel কৰিব নোৱাৰিব trip
◾ নীতি-নিয়ম মানি চলিব লাগিব কেবৰ চালকে
◾ আইন অমান্য কৰিলে কঠোৰ হ’ব মহানগৰ প্ৰশাসন
◾ শীঘ্ৰে চিটীবাছৰ বিৰুদ্ধে কঠোৰ হ’ব মহানগৰ প্ৰশাসন
◾ আইন অমান্য কৰিলে বাতিল হ’ব টেক্সি চালকৰ অনুজ্ঞাপত্ৰ