Holy Child School

ছাত্ৰী নিৰ্যাতনৰ পিছত এইবাৰ ড্ৰাগছৰ বেহা হোলী চাইল্ড স্কুলত! স্কুল বাছ চালকৰ হাতত ওলাল ড্ৰাগছৰ কণ্টেইনাৰ।

উল্লেখ্য় যে, চান্দমাৰি হোলী চাইল্ড স্কুলৰ বাছ চালকৰ হাতত উদ্ধাৰ হয় কণ্টেইনাৰ আৰু চিৰিঞ্জ। অভিভাৱকে হাতে লোতে ধৰে বাছ চালকজনক। 

লগে লগে অভিভাৱকে চান্দমাৰি আৰক্ষীক গতাই দিয়ে চালকজনক। বাছ চালক নিতুমণি কলিতা পূৰ্বে চান্দমাৰি থানাৰ গাড়ী চলাইছিল বুলি জানিব পৰা গৈছে।