Barpeta MLA Abdur Rahim Khan

বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানে বৃহস্পতিবাৰে কংগ্ৰেছ ত্যাগ কৰে।

পদত্যাগ পত্ৰখনত খানে কয়, "উপযুক্ত সন্মান আৰু নম্ৰ নিবেদনৰ সৈতে, মই আপোনাক জনোৱাৰ সন্মান পাইছো যে মই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিপদৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছো।"

resignation letter