Sualkuchi Police

শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ এটি ভুক্তভোগী পৰিয়ালৰ। মুখ্যমন্ত্ৰীৰ সমষ্টিতে আৰক্ষী থানাত দৰ-দাম।

আটকাধীন লোকক মোকলাই দিয়াৰ নামত ধন লোৱাৰ অভিযোগ শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে।

উল্লেখ্য় যে, ৫০০০ টকাৰ দাবী কৰিছিল আৰক্ষীয়ে ৪৫০০ টকাৰ বিনময়ত মোকলাই আনিলে স্বামীক। আৰক্ষীয়ে দাবী কৰা ধন সময়মতে দিব নোৱাৰাৰ বাবে নিশা আৰক্ষী থানাত কটাবলগীয়া হ'ল এজন লোক।