Lost n Found

অৱশেষত সন্ধান ওলাল অসম গৌৰৱ বঁটাপ্ৰাপক শীলা গোৱালাৰ পুত্ৰ হিমাংশু গোৱালা

ভজো ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ হিমাংশু গোৱালাক

গুৱাহাটীৰ পৰা ৰে’লত আহিছিল নিৰুৰ্দ্দিষ্ট হিমাংশু

সোমবাৰৰ পৰা সন্ধানহীন আছিল হিমাংশু গোৱালা

বিদ্যালয় চৌহদতে পুত্ৰৰ সন্মুখতে অপদস্থ হৈছিল মাতৃ

ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈছিল পুত্ৰ হিমাংশু গোৱালা