Good Sleep

বৰ্তমান সময়ত জীৱনশৈলী এনেকুৱা হৈ পৰিছে যে, মানুহে সুস্বাস্থ্য বজাই ৰাখিবলৈ খাদ্যতকৈ বেছি ঔষধ সেৱন কৰাৰ লগতে চিকিৎসকৰ সহায় লয়। গতিকে যদি আপুনি নিৰোগী হৈ থাকিব বিচাৰে তেন্তে এই ৫টা টিপছ মানি চলক -

আজিৰ দিনত বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীয়ে মূলতঃ ৰোগৰ কাৰণ হৈ পৰিছে। যাৰ বাবে চিকিৎসক আৰু ঔষধৰ বাবে বহু টকা খৰচ কৰি নিৰাময় কৰিব লগা হয়। ইমান টকা খৰচ কৰিও বহু ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য পোৱা নাযায়, ইয়াক কেৱল নিয়ন্ত্ৰণত ৰাখিব পাৰি।  যেনে ডায়েবেটিছ, মেদবহুলতা আৰু বি পি।