স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে৷ বিভাগৰ আয়ুক্ত-সচিব ডাঃ পি অশোক বাবু; ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডঃ লক্ষ্মণন এছ, স্বাস্থ্যসেৱাৰ সঞ্চালক ডাঃ উমেশ ফাংছ’ প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকলে ভাগ লোৱা এই বৈঠকত মন্ত্ৰী সিংহলে মূলতঃ বিভাগৰ বিভিন্ন কাম-কাজ, আঁচনি ৰূপায়ণ, আন্তঃগাঁথনিকে ধৰি সকলো দিশৰে শেহতীয়া স্থিতিৰ সামগ্ৰিক বুজ লয়৷ আজিৰ এই বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন জিলাত সম্প্ৰতি ব্যাপক হাৰত সংক্ৰমণ ঘটা জাপানীজ এনকেফেলাইটিজ ৰোগৰ সংক্ৰমণ
- Today is: