Gal Gadot

প্ৰিয়ংকা চোপ্ৰা, দীপিকা পাডুকনৰ পিছত এইবাৰ আন এগৰাকী বলীউড তাৰকাই কঁপাব হলীউড।

এইবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভুমুকি মাৰিবলৈ সাজু হৈছে আলিয়া ভাট। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰিব হাৰ্ট অৱ ষ্টন চিনেমাখনত।

আলিয়া ভাটৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰিব গাল গেডট আৰু জেমি ডৰ্নানেও। স্পাই থ্ৰীলাৰ চিনেমাখনৰ জৰিয়তে আত্মপ্ৰকাশৰ বাবে সাজু হৈছে ভাৰতীয় বিউটী কুইন আলিয়াই।