Physical Mental Education

বন্ধন বেংক! বন্ধন বেংকে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি, বন্ধনে গঢ়ি তুলিছে বিনামূলীয়া শিক্ষাকেন্দ্ৰ।

দৰিদ্ৰ শিক্ষাৰ্থীক আগবঢ়াই নিয়াৰ প্ৰয়াস বন্ধন বেংকৰ, ভিন্ন প্ৰান্তত ২০টাকৈ বিনামূলীয়া বন্ধনৰ শিক্ষা কেন্দ্ৰ স্থাপন।

বন্ধনৰ এনে পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে। তেওঁলোকে কয়, বন্ধনে আনিছে প্ৰগতি, বন্ধনে কঢ়িয়াইছে আশাৰ ৰেঙনি। আৰ্থিক ভাৱে পিছপৰা দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালক স্বাৱলম্বী কৰি তোলাৰ সমান্তৰালভাৱে সেইসমূহ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বন্ধন শিক্ষা খণ্ডৰ যোগেদি শৈক্ষিক দিশতো বন্ধনে আগবঢ়াইছে বৰঙণি।