Heal

ৰেইকি চিকিৎসাৰ কথা শুনিছেনে আপুনি? ৰেইকী চিকিৎসাৰ দ্বাৰা ঔষধ অবিহনে আৰু বিনা কষ্টেৰে বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।

Reiki

সাধাৰণ ভাষাত ক’বলৈ গ’লে ৰেইকী প্ৰধানকৈ স্পৰ্শ চিকিৎসা। ৰেইকিৰ জড়িয়তে মহাজাগতিক প্ৰাণ শক্তিৰে চিকিৎসা সেৱা আগবঢ়োৱা হয়। এই পদ্ধতিৰে ইতিমধ্যে বহুলোকে আৰোগ্য লাভ কৰিছে। ৰেইকীয়ে কেৱল শাৰিৰীক সুস্থতাই প্ৰদান কৰাই নহয়, গতিময় জীৱনৰ নানান সমস্যাৰ পৰাও পৰিত্ৰাণ কৰে।