Precaution

ক’ভিডৰ তৃতীয় ঢৌৰ কৱলত ভাৰত। বিগত এমাহত দেশত ক’ভিডত আক্ৰান্ত হৈছে কেইবালাখ লোক। অসমতো ক’ভিডৰ ভয়াৱহ ৰূপ। দৈনিক আক্ৰান্ত হৈছে কেইবা হাজাৰ লোক। ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰনতো আক্ৰান্ত হৈছে বহু লোক।