Subhas Chandra Bose

নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ এজন অন্যতম প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী আছিল। ১৮৯৭ চনৰ ২৩ জানুৱাৰীত বংগ বিভাগৰ উৰিষ্যাত তেওঁৰ জন্ম হৈছিল।তেখেত আজাদ হিন্দ ফৌজৰ আঁৰৰ মূল সূত্ৰধাৰ আছিল।