আজিৰে পৰা দেশজুৰি বিশেষ টীকাকৰণ অভিযান
সপ্তাহজোৰা কাৰ্যসূচীৰে চলিব এই প্ৰক্ৰিয়া
১৫-১৮ বছৰীয়া কিশোৰ-কিশোৰীক সামৰিব এই প্ৰক্ৰিয়াই
প্ৰতিখন জিলাত দৈনিক ১৫খনকৈ বিদ্যালয়ত অভিযান
বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰিব সংশ্লিষ্ট জিলাৰ IS-এ
তালিকাত থাকিব ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানো
লগতে থাকিব কনিষ্ঠ মহাবিদ্যালয় আৰু পলিটেকনিকো
এই সময়ছোৱাত ২০ লাখ কিশোৰ-কিশোৰীক সামৰি লোৱাৰ লক্ষ্য
ইয়াৰ বাবে সাজু স্বাস্থ্য আৰু শিক্ষা বিভাগ
এই অভিযানৰ তদাৰকৰ দায়িত্বত থাকিব জিলা প্ৰশাসন
তদাৰক কৰিব শিক্ষা বিভাগৰ ADCয়ে