আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক...

Waqf Bill granted

আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক
ৱাকফ সংশোধনী বিধেয়কত মোহৰ ৰাষ্ট্ৰপতিৰ
শনিবাৰে বিধেয়কত মঞ্জুৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ
ৰাষ্ট্ৰপতিৰ মঞ্জুৰিৰ পূৰ্বে উভয় সদনত গৃহীত হৈছিল বিধেয়কখন
লোকসভা, ৰাজ্যসভাত বিতৰ্কৰ মাজতে গৃহীত হৈছিল বিধেয়কখন
ৰাজ্যসভাত বিধেয়কখনৰ সপক্ষে ভোটদান কৰিছিল ১২৮ গৰাকী বিধায়কে
ৰাজ্যসভাত বিপক্ষে ভোটদান কৰিছিল ৯৫ গৰাকী সাংসদে
লোকসভাত বিধেয়কখনৰ সপক্ষে ভোটদান কৰিছিল ২৮৮ গৰাকী বিধায়কে
লোকসভাত বিপক্ষে ভোটদান কৰিছিল ২৩২ গৰাকী সাংসদে
আইনত পৰিণত হ’লেও বলৱৎ হ’বলৈ জাৰি হ’ব নতুন অধিসূচনা
কেন্দ্ৰীয় চৰকাৰে পৃথকে জাৰি কৰিব আইন বলৱতৰ অধিসূচনা
নতুন আইনৰ বিৰোধিতাৰে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল ৪খনকৈ আবেদন
কংগ্ৰেছৰ সাংসদ মহম্মদ জাভেদে দাখিল কৰিছে আবেদন
AIMIMৰ সাংসদ আশ্বাদ উদ্দিন ওৱেছিয়েও দাখিল কৰিছে আবেদন
কেৰালাৰ জমিয়ত উলেমাও দ্বাৰস্থ হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ
আপ বিধায়ক আমানতুল্লাহ খানেও পৃথকে জনাইছে আবেদন
সংসদিত আইনৰ বিৰোধিতা মুছলিম পাৰ্ছনেল ল’ ব’ৰ্ডৰো

Category