Office of the secretary

পুনৰ বিতৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়। এইবাৰ বিতৰ্কৰ মূল কাৰণ-বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব পাৰ্থপ্ৰতিম বৰুৱা।
সাংবাদিকক অসভ্য আচৰণ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক তথা শ্ৰেণীসমূহৰ সচিব প্ৰধান পাৰ্থপ্ৰতিম বৰুৱা।

উল্লেখ্য যে, সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অভিযান চলাবলৈ যোৱা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা প্ৰদান কৰিছিল পাৰ্থপ্ৰতিম বৰুৱাই।