টেলিকম সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেলে গ্ৰাহকসকলৰ মূৰত শুধাইছে ৰামটাঙোন।
দৰাচলতে, ভাৰতী এয়াৰটেলে প্ৰিপেইড শুল্ক সংশোধন কৰাৰ কথা ঘোষণা কৰিছে। জানিব পৰা মতে নতুন শুল্ক ২৬ নৱেম্বৰ, ২০২১ৰ পৰা কাৰ্যকৰী হ'ব। শুল্ক বৃদ্ধিৰ পিছত, এয়াৰটেলৰ ৭৯ টকাৰ প্লেনৰ মূল্য ২০ টকা বৃদ্ধি হৈ ৯৯ টকা মূল্য হৈছে। ।