INS Visakhapatnam

ভাৰতীয় নৌ সেনাত নতুন সংযোজন। দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৰিলে নতুন ঘোষণা। ভাৰতীয় নৌসেনাত নৱশক্তিৰ সংযোজন। Project 15Bৰ অধীনত ভাৰতীয় নৌসেনাত সংযোগ কৰা হয় গোপন মিছাইল ধ্বংসকাৰী জাহাজ 'INS Visakhapatnam' ।

দেওবাৰে, মুম্বাইস্থিত নৌ সেনাৰ কমাণ্ডত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নৌসেনাক অৰ্পণ কৰে জাহাজখন। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে উপস্থিত থাকে নৌ বাহিনীৰ শীৰ্ষ কমাণ্ডাৰ। মুম্বাইত নৌ বাহিনীৰ মু্ৰব্বী এডমিৰেল কৰমবীৰ সিঙৰ উপস্থিতিত ৰাজনাথ সিঙে ঘোষণা কৰে এই কথা।