Dispur Fly Over

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহস্পতিবাৰে গুৱাহাটীৰ দিছপুৰ চুপাৰমাৰ্কেটত নৱনিৰ্মিত উৰণীয়া সেঁতু উদ্বোধন।

অনুষ্ঠানটোত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে উৰণীয়া সেঁতুখন এতিয়া সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হৈছে যাৰবাবে মানুহে এতিয়া যান-বাহনৰ পৰা কিছু সকাহ পাব। 

CM Inauguratess Dispur Flyover