মুকলিৰ পথত দিছপুৰ-ছুপাৰ মাৰ্কেট সংযোগী আটকধুনীয়া উৰণীয়া সেতুঁ

Over Bridge

গুৱাহাটী মহানগৰীৰ সদাব্যস্ত দিছপুৰ অসম সচিবালয়, জি এছ ৰোড আৰু লাষ্ট গেট কেপিটেল কমপ্লেক্স সংযোগী তিনিকোণীয়া উৰণীয়া সেতুঁ মুকলিৰ পথত।

কাইলৈ ৰাইজৰ বাবে মুকলি কৰা হ’ব নৱনিৰ্মিত উৰণীয়া সেতুখন। মুকলিৰ পূৰ্বে আটকধুনীয়াকৈ সজাই তোলা হৈছে এই সেতুঁখন। সেতুঁখনৰ প্ৰতিখন দেৱাল শিল্পীৰ তুলিকাত প্ৰাণ পাই উছিঠে।

১২৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে উৰণীয়া সেতুঁখন। মুকলিৰ পূৰ্বে উৰণীয়া সেতুঁ চাবলৈ ওলাই আহিল বহু সংখ্যক লোক।

Category
Profile picture for user UB Photos