Himanta Biswa Sarma

আজি নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা। নগাঁৱৰ নেহৰুবালিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।কৰে লগতে বিৰোধী দল কংগ্ৰেছ তীক্ষ্ণ সমালোচনা কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,। ‘‘কংগ্ৰেছে মাকৰ মৰমো বুজি নাপায়। কংগ্ৰেছে মিঠাতেল লৈ মোক জোকাই, কংগ্ৰেছৰ মানুহবোৰক সৰুতে মাকে মিঠাতেল দি মালিছ কৰা নাছিল। কাৰণ মাকে গম পাইছিল ডাঙৰ হৈ তেওঁলোক ডাক্তৰ-ইঞ্জিনিয়াৰ নহয় কংগ্ৰেছহে হ’ব”।