
৮ ছেপ্টেম্বৰত জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ শুভাৰম্ভ
গঠন কৰা হ’ব মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৫০জনীয়া সমিতি
উত্তৰ-পূবৰ সকলো মুখ্যমন্ত্ৰী হ’ব সমিতিৰ উপদেষ্টা
আৰম্ভণি আৰু সমাপ্তি অনুষ্ঠানত থাকিব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী
আৰম্ভণি অথবা সামৰণি অনুষ্ঠান হ’ব নতুন দিল্লীত
অৰুণাচল, কলকাতা, মুম্বাইতো হ’ব অনুষ্ঠান
ডঃ ভূপেন হাজৰিকাৰ নামত হ’ব এটা বৃহৎ প্ৰতিষ্ঠান
ডঃ হাজৰিকাৰ জীৱনী প্ৰদান কৰা হ’ব ১০ লাখ লোকক
গ্ৰন্থখন দেশৰ সকলো ভাষালৈ হ’ব অনুবাদ
অনুৰাধা শৰ্মা পূজাৰীয়ে লিখি আছে গ্ৰন্থখন
সুধাকণ্ঠৰ স্মৃতিত মুদ্ৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ
ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা কৰিব ৰাজ্য চৰকাৰে
সিদ্ধান্ত শনিবাৰৰ ৰাজ্যিক কেবিনেটত
- Log in to post comments