Padmashi Yadav Payeng

বি বৰুৱা কলেজত ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় অনুষ্ঠান ভাৰত অৰণ্য মানৱ পদ্মশী যাদৱ পায়েঙৰ। 

কাউস্টিল ফৰ টিছাঁৰ এডুকেশ‍্যন ফাউণ্ডেশ্যন অসম চেপ্টাৰ আৰু গ্ৰেটিয়া টেকনল'জি প্ৰাইভেট লিমিটেডৰ সহযোগত অনুষ্ঠিত হয় মত বিনিময় অনুষ্ঠান

মত বিনিময় মূল বিষয় বস্তু হৈছে বহনক্ষম উন্নয়নৰ বাবে বননিৰ সংৰক্ষণ , সুৰক্ষা আৰু  ৰক্ষা কৱচ

অনুষ্ঠানতিত উপস্থিত থাকে অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰ, বি বৰুৱা কলেজৰ অধ্যক্ষ ডঃ সত‍্যেন্দ নাথ বৰ্মন, গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যান সঞ্চালক ডঃ ৰঞ্জন কাকতি।